উম্মুল কিতাব, আল্লাহ আমাৰ অন্তৰত আছে।

41/8- video raf
🔴উম্মুল কিতাবখন মাতৃ আপোনাৰ ভাষাত আছে:
৪৩:৩-৪
إِنَّا جَعَلْنَاهُ قُرْآنًا عَرَبِيًّا لَعَلَّكُمْ تَعْقِلُونَ
নিশ্চয় আমি ইয়াক কোৰআন হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।

৪৩:৪
وَإِنَّهُ فِي أُمِّ الْكِتَابِ لَدَيْنَا لَعَلِيٌّ حَكِيمٌ
নিশ্চয় এইখন আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।
.
🔵উম্মুল কিতাবখন আল্লাহৰ ওচৰত আছে:
১৩:৩৯
يَمْحُو اللَّهُ مَا يَشَاءُ وَيُثْبِتُ ۖ وَعِنْدَهُ أُمُّ الْكِتَابِ
(তাৰ মাজৰ পৰা) আল্লাহে যি ইচ্ছা কৰে মচি দিয়ে, আৰু যি ইচ্ছা কৰে বাহাল ৰাখে, আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।
.
🟥আল্লাহ আমাৰ অন্তৰত আছে:
.
🟤এই কিতাপ সুৰক্ষিত(protected) আল্লাহৰ ওচৰত আছে:
৫৬:৭৭-৮০
إِنَّهُ لَقُرْآنٌ كَرِيمٌ
নিশ্চয় এইখন মহিমান্বিত কোৰআন,


৫৬:৭৮
فِي كِتَابٍ مَكْنُونٍ
যিখন আছে ✔️সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।

৫৬:৭৯
لَا يَمَسُّهُ إِلَّا الْمُطَهَّرُونَ
পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।

৫৬:৮০
تَنْزِيلٌ مِنْ رَبِّ الْعَالَمِينَ
এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
.
🟣এই সুৰক্ষিত কিতাপখন এখন সৰু ফলক/টেবলেট আকাৰে(like tiny sim) আমাৰ কল্ব/অন্তৰ/নফছত আছে অৰ্থাৎ upper/lower consciousness ত আছে:
৮৫:২১
بَلْ هُوَ قُرْآنٌ مَجِيدٌ
প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,

৮৫:২২
فِي لَوْحٍ مَحْفُوظٍ
সুৰক্ষিত ফলকত(لَوْحٍ-tablet/plate) লিপিবদ্ধ।
.
Analytical Quran Studies Syedraf 

Comments

Popular posts from this blog

“أَفَلَا تَعْقِلُونَ” (Will you not then understand?)

আল্লাহ আমাৰ অন্তৰত আছে:

Concept of Al Ghaib