Kitabu(الْكِتَابُ) is indirect object
Al-Waqia-৫৬:৭৯ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
لَا يَمَسُّهُ إِلَّا الْمُطَهَّرُونَ✔️
পৱিত্ৰসকলৰ(الْمُطَهَّرُونَ)(passive participle অৰ্থাৎ কৰোৱাই দিয়া সকল-those whom Allah has purified. )বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
https://lookingatoneself.blogspot.com/2026/07/56-surah-al-waqiah.html?m=1
56.79 None touch it (having direct encounter with the truth) except the mutahharah /✔️(passive participle) those whom Allah has purified.
NOTES: The verse speaks not of physical contact but of an inward meeting with the living reality expressed through the Qur'an. The inherent script may always be present, yet its truth is not directly encountered until the veils that obscure recognition have been removed.
The mutahharun are not simply those who have purified themselves. They are those whom Allah has purified.
...
extra
২:২
ذَٰلِكَ الْكِتَابُ✔️ لَا رَيْبَ ۛ فِيهِ ۛ هُدًى لِلْمُتَّقِينَ
এইখন সেই গ্ৰন্থ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে (এইখন) পথ-নিৰ্দেশক।
১. এই খনেই সেই মহান কোৰআন য'ত কোনো সন্দেহ নাই যে, ই আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। ইয়াৰ সুস্পষ্টতাৰ কাৰণে ইয়াত সন্দেহ কৰাৰ কোনো অৱকাশ নাই। ইয়াৰ দ্বাৰা মুত্তাক্বীসকলে উপকাৰী জ্ঞান আৰু নেক আমল অৰ্জন কৰে। আৰু তেওঁলোকেই আল্লাহক ভয় কৰে আৰু তেওঁৰ বিধি-বিধান পালন কৰে। (মুয়াচ্ছাৰ)
.
✔️The grammatical form of الْكِتَابُ
الْكِتَابُ (al-kitābu) ends with ـُ (ḍammah).
This means it is in the nominative case (مرفوع, marfūʿ).
.
✔️Summary
الْكِتَابُ is marfūʿ (nominative).
It is not a direct object (مفعول به).
It functions within a nominal sentence as the predicate or a closely related nominative element after ذَٰلِكَ.
The root ك ت ب conveys the ideas of writing, prescribing, establishing, and recording.
In 2:2, the grammar identifies "that" with "the Kitāb"; it does not present الْكِتَابُ as an object being acted upon.
.
৭:১৪৩
وَلَمَّا جَاءَ مُوسَىٰ لِمِيقَاتِنَا وَكَلَّمَهُ رَبُّهُ قَالَ رَبِّ أَرِنِي أَنْظُرْ إِلَيْكَ ۚ قَالَ لَنْ تَرَانِي وَلَٰكِنِ انْظُرْ إِلَى الْجَبَلِ فَإِنِ اسْتَقَرَّ مَكَانَهُ فَسَوْفَ تَرَانِي ۚ فَلَمَّا تَجَلَّىٰ رَبُّهُ لِلْجَبَلِ جَعَلَهُ دَكًّا وَخَرَّ مُوسَىٰ صَعِقًا ۚ فَلَمَّا أَفَاقَ قَالَ سُبْحَانَكَ تُبْتُ إِلَيْكَ وَأَنَا أَوَّلُ الْمُؤْمِنِينَ
আৰু মুছা যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত আহি উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইখন যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছোঁ আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।
.
১১২:১
قُلْ هُوَ اللَّهُ أَحَدٌ
কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,
➖
Comments
Post a Comment